
16 June 2026By Admin
শ্ৰদ্ধেয় প্ৰদ্যুম্ন প্ৰতীম ৰাজখোৱালৈ গভীৰ শ্ৰদ্ধাঞ্জলি (১৯৭৬-২০২৬) | SSNHBB
প্ৰদ্যুম্ন প্ৰতীম ৰাজখোৱা জন্ম: ২৬ ডিচেম্বৰ, ১৯৭৬ | মৃত্যু: ১৬ জুন, ২০২৬ মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী অঞ্চলৰ বাসিন্দা, 'গুৱাহাটী মহাবিদ্যালয়'ৰ অসমীয়া বিভাগৰ অধ্যাপক, একেৰাহে নাট্যকাৰ, কবি, গল্পকাৰ, কল...

